বন্দনা দত্তৰ "শৰত বন্দনা" - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

বন্দনা দত্তৰ "শৰত বন্দনা"

তুমি শুভ্ৰ আকাশ
তুমি ঋতুৰ অভিধা
তুমি সেউজী পথাৰ
তুমি শাৰদী ৰাণী
শান্ত স্ৰোতস্বিনী
তুমি শেৱালীৰ সুবাস
শুকুলা ডাৱৰ
কহুৱা কোমল তুমি।
(বন্দনা ‌দত্ত, দেৰগাঁও)

No comments:

Post a Comment