টিকটক ষ্টাৰৰ নিধন । সপোন আছিল এগৰাকী সফল তথা জনপ্ৰিয় অভিনেত্ৰী হোৱাৰ । - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

টিকটক ষ্টাৰৰ নিধন । সপোন আছিল এগৰাকী সফল তথা জনপ্ৰিয় অভিনেত্ৰী হোৱাৰ ।

২০ বছৰীয়া টিকটক চেনচেশ্যন চ'নিকা কেটাৱতৰ  বাইক দুৰ্ঘটনাৰ ফলত নিহত হয় । অন্ধ্ৰ প্ৰদেশৰ ৱাইজাগত ইঞ্জিনিয়াৰিং বি টেকৰ পাঠ্যক্ৰম গ্ৰহণ কৰি থকা চনিকাৰ সপোন আছিল এগৰাকী সফল অভিনেত্ৰী হোৱাৰ । নালগোন্দাৰ কেটাপল্লিত চনিকাৰ বাইক দুৰ্ঘটনা সংঘটিত হৈছিল । জানিব পৰা গৈছে যে চনিকাৰ বাইক আৰু এখন চাইকেলৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত গুৰুতৰভাৱে আহত হয় আৰু চিকিৎসালয়ত চিকিৎসা চলি থকাৰ সময়তে তেওঁ চিৰদিনৰ বাবে চকু মুদে । তেওঁৰ মৃত্যুত শোকত ভাগি পৰিছে অনুৰাগী সকল ।

অঞ্জলি মুখোপাধ্যায় ।

No comments:

Post a Comment