ঋষি কাপুৰৰ ৬৭ বছৰীয়া জন্মদিন । - জোনাক

HEADLINES

জোনাকলৈ স্বাগতম ।

Post Top Ad

ঋষি কাপুৰৰ ৬৭ বছৰীয়া জন্মদিন ।

আজি অভিনেতা ঋষি কাপুৰৰ ৬৭ বছৰীয়া জন্মদিন । তেওঁৰ জন্ম ১৯৫২ চনৰ ৪ চেপ্তেম্বৰত মুম্বাইত হৈছিল । অভিনেতা ঋষি কাপুৰ চিত্ৰ নিৰ্মাতা ৰাজ কাপুৰৰ পুত্ৰ আৰু চুপাৰ ষ্টাৰ ৰণবীৰ কাপুৰৰ পিতৃ ।

No comments:

Post a comment