অনুপ অসমীয়াৰ "বিষাদ" - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

অনুপ অসমীয়াৰ "বিষাদ"

সাগৰৰ দৰে ..
তেনেকৈয়ে ভাঁ‌হে
সাগৰৰ বুকুত
কল্পনা
আৰু সাগৰৰ কবিতা
তেনেকৈয়ে
এখিলা পাতল কাগজ
উৰি ওপঙি
ওপঙি ডুবে
এটি দুখৰ চিত্ৰৰে
গোপনে কান্দি .. ,
উহঃ
কি কষ্টত আকাশে লিখে
কাগজত
বিষাদৰ কবিতা
নাঁ‌ওবোৰ ভটিয়াই যোৱাৰ
সাগৰীয়ৰোদন ,
তথাপি ফুলে ৰ'দ
সূৰ্যৰ মৰিচিকাত
ভকতি সেৱা ..
অনুপ অসমীয়া

No comments:

Post a Comment