ৰংগিলা গাৰ্ল উৰ্মিলাৰ পদত্যাগ । - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

ৰংগিলা গাৰ্ল উৰ্মিলাৰ পদত্যাগ ।

নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলত যোগ দি ৰাজনৈতিক জীৱনৰ পাতনি মেলিব বিচৰা বলীউডৰ ৰংগিলা গাৰ্ল উৰ্মিলাই আজি কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰে । উল্লেখযোগ্য যে কংগ্ৰেছ দলৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা উৰ্মিলাৰ শোচনীয় ভাবে পৰাজয় হৈছিল ।

No comments:

Post a Comment