ফৰিদাবাদ আৰু পল্লবনৰ মাজত টেলেংগানা এক্সপ্ৰেছত ভয়ংকৰ অগ্নিকাণ্ড । - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

ফৰিদাবাদ আৰু পল্লবনৰ মাজত টেলেংগানা এক্সপ্ৰেছত ভয়ংকৰ অগ্নিকাণ্ড ।

       ফৰিদাবাদ আৰু পল্লবনৰ মাজত টেলেংগানা এক্সপ্ৰেছত ভয়ংকৰ অগ্নিকাণ্ড । ঘটনাস্থলীত তৎক্ষণাৎ অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হয় আৰু পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে । উক্ত ঘটনাত কোনো হতাহত হোৱা নাই ।

No comments:

Post a Comment