আৰ্থিক দৰিদ্ৰতাৰ বাবেই কীটনাশক ঔষধ সেৱন কৰি মাতৃ পুত্ৰৰ মৃত্যু। - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

আৰ্থিক দৰিদ্ৰতাৰ বাবেই কীটনাশক ঔষধ সেৱন কৰি মাতৃ পুত্ৰৰ মৃত্যু।

 নুমলিগড় বৰপাক গাঁৱৰ প্ৰকাশ ছেত্ৰী পত্নী গংগা ছেত্ৰী নামৰ মহিলা আৰু সাত বছৰীয়া পুত্ৰ ভৰে ছেত্ৰী ফৰাডন নামৰ কীটনাশক দব্য খাই মৃত্যু। শনিবাৰে ৰাতি কীটনাশক দব্য সেৱন কৰাৰ ফলত ঘৰতে সাত বছৰীয়া  সন্তান ভৰে ছেত্ৰীৰ মৃত্যু হয়। স্থানীয় লোকে মহিলা গৰাকীক বোকাখাত চৰকাৰী চিকিৎসালয়লৈ চিকিৎসাৰ বাবে আনিছিল যদিও চিকিৎসালয়ত মৃত্যু হয়।পৰিয়ালৰ লোকৰ মতে মাক গংগাই নিজ পুত্ৰক কীটনাশক ঔষধ সেৱন কৰাইছিল। মৃত ভৰে ছেত্ৰী বিশেষ ভাৱে সক্ষম আছিল।
পপী শইকীয়া
বোকাখাত

No comments:

Post a Comment