জিম্মি................................
........................................ !
কবি পঠকক আকৌ প্ৰেমত পেলাম ।
........................................ !
কবি পঠকক আকৌ প্ৰেমত পেলাম ।
কোনো কালেই তোমাক বুঢ়ী হ'বলৈ নিদিম
তুমি চেষ্টা কৰিলেও তোমাক বুঢ়ী হ'বলৈ নিদিম
.....................................
.....................................
সঁচা কৈছোঁ !
তুমি চেষ্টা কৰিলেও তোমাক বুঢ়ী হ'বলৈ নিদিম
.....................................
.....................................
সঁচা কৈছোঁ !
মেঘৰ পৰা মই কান্দিবলৈ শিকিছো
মোক কন্দুৱাবলৈ নাহিবা
মোক কন্দুৱাবলৈ নাহিবা
সূৰ্যৰ পৰা মই জ্বলিবলৈ শিকিছোঁ
মোক পুৰিবলৈ নাহিবা
মোক পুৰিবলৈ নাহিবা
কোনো কালেই মই কবি নাছিলো
মই প্ৰেমিক কৃষক
মই প্ৰেমিক কৃষক
ফুল ফুলক বা নুফুলক
মাটি চহামেই
তোমাৰ তৰাং পানীত বৰো খতি কৰি
চপাই আনিম মোৰ প্ৰমৰ ফচল
..........................................
বিশ্বাস দিছোঁ !
মাটি চহামেই
তোমাৰ তৰাং পানীত বৰো খতি কৰি
চপাই আনিম মোৰ প্ৰমৰ ফচল
..........................................
বিশ্বাস দিছোঁ !
No comments:
Post a comment