বোকাখাতৰ মাজ মজিয়াত উদ্ধাৰ হল নৱজাতক। - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

বোকাখাতৰ মাজ মজিয়াত উদ্ধাৰ হল নৱজাতক।

বোকাখাত শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎস্যালয়ৰ  ৫০ মিটাৰ সমীপৰ ঘাঁহনিত  ১০৮ গাড়ীৰ কাষতে কোনো অজ্ঞাত লোকে পেলাই থৈ যায় নৱজাতক কেছুৱাটো।কোনোৱে  অবৈধ মাতৃত্বৰ কলংক ঢাকিবৰ বাবেই এনে দুস্কাৰ্য্য কৰে বুলি ধাৰণা কৰিব পাৰি। চিকিৎসালয় খনত থকা ৰোগীৰ আত্মীয়ই নৱজাতক কান্দোন শুনা পাই কৰ্ত্তব্যৰত  নাৰ্চক খবৰ দিয়ে আৰু নাৰ্চ সহ চিকিৎসকে বোকাখাত আৰক্ষীৰ সহযোগত কেচুৱাটি উদ্ধাৰ কৰি চিকিৎসালয়ত ৰখাৰ ব্যৱস্থা কৰে। প্ৰায় ২.৮ গ্ৰামৰ ওজনৰ কেচুৱাটি সম্পূৰ্ণ সুস্থ্য বুলি চিকিৎসকে জানিব দিয়ে।বৰ্তমানলৈকে ল'ৰা নৱজাতকটিৰ  মাতৃৰ কোনো সুংসুত্ৰ আৰক্ষীয়ে লাভ কৰিব পৰা নাই।
পপী শইকীয়া
বোকাখাত

No comments:

Post a Comment