শুক্ৰবাৰে দিন দুপৰতে ৰহা চহৰত মহৰ আলি আৰু তহৰ আলি নামৰ যুৱক দুজনে আজিজুল হক নামৰ যুৱক জনক চুৰিৰে আঘাত হানি হত্যাৰ চেষ্টা কৰে। সম্প্ৰতি আজিজুল হক ৰহাৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । উল্লেখযোগ্য যে মহৰ আলি আৰু তহৰ আলি ৰ ১৪ বছৰীয়া ভনীয়েকক আজিজুল হকে ধৰ্ষণ কৰিছিল আৰু তাৰবাবেই চুৰিৰে আঘাত হানি হত্যাৰ চেষ্টা কৰে বুলি জানিবলৈ দিয়ে। ইতিমধ্যে ৰহা আৰক্ষীয়ে দুই যুৱকক গ্ৰেপ্তাৰ কৰে।
অঞ্জন সন্দিকৈ
No comments:
Post a Comment