বলীউডৰ চুপাৰষ্টাৰ চানি দেওলৰ পুত্ৰ কৰণ দেওলৰ প্ৰথম ছবি "পল পল দিল কে পাচ " অহা চেপ্তেম্বৰ মাহৰ ২০ তাৰিখে মুক্তি লাভ কৰিব । চলমান খান,অক্ষয় কুমাৰকে আদি কৰি আন বহুতো ডাঙৰ ডাঙৰ তাৰকাই টুইট কৰি অভিনন্দন জনাইছে কৰণক । এতিয়া প্ৰশ্ন হ'ল বহুতো চুপাৰহিট ছবিৰে বলীউডৰ ছবি জগতত এক সুকীয়া আসনৰ অধিকাৰী হোৱা চানী দেওলৰ দৰে তেওঁৰ পুত্ৰ কৰণো সুকীয়া আসনৰ অধিকাৰী হ'ব পাৰিবনে ?
Home
অসমীয়া সংবাদ
সংবাদ
সাংস্কৃতিক সংবাদ
বলীউডৰ জনপ্ৰিয় অভিনেতা চানি দেওলৰ পুত্ৰ কৰণৰো বলীউডত প্ৰৱেশ । আহিব ধৰিছে "পল-পল দিল কে পাচ"
বলীউডৰ জনপ্ৰিয় অভিনেতা চানি দেওলৰ পুত্ৰ কৰণৰো বলীউডত প্ৰৱেশ । আহিব ধৰিছে "পল-পল দিল কে পাচ"
Tags
# অসমীয়া সংবাদ
# সংবাদ
# সাংস্কৃতিক সংবাদ

About জোনাক
সাংস্কৃতিক সংবাদ
Labels:
অসমীয়া সংবাদ,
সংবাদ,
সাংস্কৃতিক সংবাদ
Subscribe to:
Post Comments (Atom)
junak
JUNAAK is an Assamese digital magazine . Junaak provide maximum services under one portal like website designing, website development, software development, graphics designing, logo design, web hosting, domains registration, ssl certificate, domain transfer, bulk email, bulk sms, digital/online marketing, seo, google adword, toll free number, iso certification, payment gateway, targeted database, company registration, tin number, service tax, digital signature, trade mark, e-tendering etc.

No comments:
Post a comment