নিৰলা ইংহিপীৰ "বকুলৰ মালা" - জোনাক

HEADLINES

জোনাকলৈ স্বাগতম ।

Post Top Ad

নিৰলা ইংহিপীৰ "বকুলৰ মালা"

ৰুতে গাঁথিছিলোঁ বকুলৰ  মালা
ধেমালিতে
আজি তোমাক আকৌ  গাঁথিছোঁ
নতুনকৈ চোৱাৰ অন্য এক তীব্ৰ হেঁপাহ
হয়তো এৰাব নোৱাৰা
মাটিৰ যন্ত্ৰণা
সেইহে বাৰে বাৰে তোমাৰ গোন্ধই
মোক আমনি কৰে |
        

No comments:

Post a comment