অনুপ অসমীয়াৰ কবিতা "ভুমুকি" - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

অনুপ অসমীয়াৰ কবিতা "ভুমুকি"

ক্ৰমশঃ এন্ধাৰ আৰু এন্ধাৰ
নিতাল গাঁও খনৰ
খিৰিকীৰ বুকুত
বিষণ্ণতা, বৰষুণ
তোৰ-মোৰ কাহিনীত ..
--------------------------
অনুপ অসমীয়া

No comments:

Post a Comment