বোকাখাতত অচিনাক্ত মৃতদেহ উদ্ধাৰ। - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

বোকাখাতত অচিনাক্ত মৃতদেহ উদ্ধাৰ।

  বোকাখাতৰ মেথনি চাহবাগিছাৰ বৰজুৰি চেক্তৰৰ নলাত অচিনাক্ত মৃতদেহ উদ্ধাৰ ৷দেখাত গাড়ী চালকৰ দৰে লগা লোকজনক গাড়ী চোৰে হত্যা কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ৷ মৃতদেহটোৰ মুখত আঘাত চিনলৈ চাই অনুমান কৰিব পাৰি যে কোনো লোকে প্ৰহাৰ কৰি হত্যা কৰি বাগিচাৰ নলাত পেলাই গৈছে। বোকাখাত আৰক্ষীয়ে উদ্ধাৰ কৰিছে মৃতদেহ ৷ উক্ত এলেকাত নিৰ্জনতাৰ সুযোগ লৈ এনেধৰনৰ ঘটনা প্ৰায়ে সংঘটিত কৰে অপৰাধি চক্ৰই। মৃতদেহটো বোকাখাত আৰক্ষীয়ে উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰে।
পপী শইকীয়া 

No comments:

Post a Comment