বোকাখাতত ছাইমন-সন্তোষ সোঁৱৰণী প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাঃ অভৰ্থনা সমিতি গঠন

0 00 1 min 5 yrs 202

বোকাখাত, ৩১ আগষ্টঃ অসমৰ বৃহত্বৰ চাহ বাগিচা অঞ্চলৰ চাহ শ্ৰমিকৰ অভাৱ-অভিযোগ, আৱেগ-অনুভুতিৰ হকে মাত মাতিবৰ বাবে ১৯৪৭ চনত জন্ম হৈছিল অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা)ৰ ৷ আৰু এই আটছাৰ প্ৰতিষ্ঠাপক সভাপতি-সম্পাদক আছিল ছাইমন সিং হ’ৰ আৰু সন্তোষ কুমাৰ তপ্প ৷ প্ৰতিষ্ঠাপক দুই সভাপতি-সম্পাদকৰ সোঁৱৰণত […]

অসমীয়া সংবাদ সংবাদ