আনহাতে "চোৰ গলে বুদ্ধি..
বৰষুণ গলে জাপি" এই বাক্যফাঁকী যেন আখৰে আখৰে প্ৰমান কৰিলে বন মন্ত্ৰী পৰিমল শুক্লবদ্যই।
কাজিৰঙাত বান শুকুৱাৰ পাছত উদ্যান খনৰ খবৰ লবলৈ অাহিল বনমন্ত্ৰী।
বানৰ কৱলত পৰি কাজিৰঙাৰ জীৱকূল ককবকাই থকাৰ কালত বন মন্ত্ৰী পৰিমল শুক্লবদ্যৰ কাজিৰঙাৰ খবৰ লবলৈ আহৰি নহল। আজি বান শুকাই যোৱাৰ পাছত ৰাজ্যপালক সংগ দিবলৈ বোকাখাতলৈ আহি সাংবাদিকৰ প্ৰশ্নৰ সন্মুখীন হব লগা হয় মন্ত্ৰী গৰাকী। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰৰ বিপৰিতে দায়সৰা মন্তব্য প্ৰদান কৰি পলায়নৰ চেষ্টা কৰা পৰিলক্ষিত হয়।

পপী শইকীয়া
বোকাখাত
বোকাখাত
No comments:
Post a comment