গোলাঘাটৰ বৰপথাৰৰ সন্তান কণমানি নিলাভ বৰাৰ "মিষ্টাৰ কিডচ ইন্টাৰনেচনেল" খিতাপ অৰ্জন । - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

গোলাঘাটৰ বৰপথাৰৰ সন্তান কণমানি নিলাভ বৰাৰ "মিষ্টাৰ কিডচ ইন্টাৰনেচনেল" খিতাপ অৰ্জন ।

                     কণমানি নিলাভ বৰাৰ "মিষ্টাৰ কিডচ ইন্টাৰনেচনেল" খিতাপ অৰ্জন । গুৱাহাটীৰ আই টি এ গামোচা মেগা এণ্টাৰটেইনমেণ্টে আয়োজন কৰা এক অনুষ্ঠানত এই সন্মান প্ৰদান কৰে । উল্লেখযোগ্য যে নিলাম বৰা গোলাঘাটৰ ধনশিৰি মহকুমাৰ বৰপথাৰৰ নিবাসী । 
জোনাক

No comments:

Post a Comment