তই বৰ আজলী হৈ আছ অ’
সময়ৰ পকনীয়াত তই যদি হেৰাই যা’অ!!!
অ’ তোক কোৱাই নহল,...
সৰলতাৰ ৰুপসনা তোৰ হাঁহি থকা ছবি এখন মোৰ শোৱনি পাতিৰ গাৰুতোত লাগি আছে
এই কেইদিন নিশাৰ সপোনবোৰত তইয়েইতো আছ ....
মোৰ ব্যস্ত সময়ৰ সৰু সৰু চেকেণ্ড বোৰ
তোৰ কথাতে মিচিকিয়া হাঁহি বোৰ ...
ৰুপমে কি কৈছে জান’!
মই বোলে পগলা হৈছো হাঃ হাঃহাঃহাঃ
অই শুন চোন....
তোৰ ভাষাতে কওঁ
পাৰ্লাৰত চেপেনাৰে চেপি তোৰ একা-বেকা
চুলিবোৰ চিধা কৰাৰ কথা নাভাবিবি কিন্তু ৷
তই তেনেকৈয়ে ধুনীয়া...
তয়ো বোলে আজি কালি মোৰ খবৰ
বৰকৈ ৰাখ... ইমান মৰম নকৰিবি অ’
তোৰ ভাললগা ৰাগীত যদি বাউলী মই
উল্লাসতে কৈয়ে পেলাওঁ...
"তোক বহুত ভাল পাওঁ"
"তোক বহুত ভাল পাওঁ"
অ’ তোক কোৱাই নহল,...
সৰলতাৰ ৰুপসনা তোৰ হাঁহি থকা ছবি এখন মোৰ শোৱনি পাতিৰ গাৰুতোত লাগি আছে
এই কেইদিন নিশাৰ সপোনবোৰত তইয়েইতো আছ ....
মোৰ ব্যস্ত সময়ৰ সৰু সৰু চেকেণ্ড বোৰ
তোৰ কথাতে মিচিকিয়া হাঁহি বোৰ ...
ৰুপমে কি কৈছে জান’!
মই বোলে পগলা হৈছো হাঃ হাঃহাঃহাঃ
অই শুন চোন....
তোৰ ভাষাতে কওঁ
পাৰ্লাৰত চেপেনাৰে চেপি তোৰ একা-বেকা
চুলিবোৰ চিধা কৰাৰ কথা নাভাবিবি কিন্তু ৷
তই তেনেকৈয়ে ধুনীয়া...
তয়ো বোলে আজি কালি মোৰ খবৰ
বৰকৈ ৰাখ... ইমান মৰম নকৰিবি অ’
তোৰ ভাললগা ৰাগীত যদি বাউলী মই
উল্লাসতে কৈয়ে পেলাওঁ...
"তোক বহুত ভাল পাওঁ"
"তোক বহুত ভাল পাওঁ"
No comments:
Post a comment