চাৰজিনা চহৰীয়া প্ৰবন্ধ "অসমীয়া উৎসৱ-পা`ৱনত তুলসী গছৰ প্ৰয়োজনীতা" - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

চাৰজিনা চহৰীয়া প্ৰবন্ধ "অসমীয়া উৎসৱ-পা`ৱনত তুলসী গছৰ প্ৰয়োজনীতা"


      তুলসী গছ পূজাৰ পৰম্পৰা অতি প্ৰাচীন কালৰ পৰা ভাৰত বষ` তথা পূথিৱীৰ সকলো ঠাইতে চলি আহিছে। ইয়াৰ বিষয়ে টাইলৰ , মনিয়ৰ ইউলিয়াছ আদি মনিষী সকলৰ কিতাপ ত পোৱা য়ায়। ইউৰোপৰ কেণ্ট সকলৰ মাজত ওক গছক পূজা কৰা ৰ ৰীতি পুৰনি কালৰ পৰা দেখা য়ায়।            ‌        অসমীয়া সমাজত নানা পূজা -পাতল , উৎসৱ অনুষ্ঠান ত তুলসী নিতান্তই প্ৰয়োজনীয়  ।  তুলসী বিষ্ণুৰ পৰিবাৰ । স্নান কৰা ৰ পিছত তুলসী গুৰিত নিতৌ পানী দিয়া পৱিত্ৰ কাম।                                    ‌        তুলসী অন্য এটা নাম বেচ্ছা । তুলসী -দশন কৰিলে ভালহয়;আৰু স্পশ কৰিলে পবিত্ৰ হয়।       ‌     সমগ্ৰ ভাৰতেই তুলসী গুৰিত চাকি দিয়া ৰীতি প্ৰচলিত হৈ আহিছে । কাতি মাহতেই সন্ধিয়া সময়ত তুলসীৰ গুৰিত চাকি দিয়া ৰীতি কৃষি লগত জৰিত। কিছুমানে গোটেই কাতি মাহটোতে সন্ধিয়া সময়ত তুলসী গুৰিত আকাশবন্তি দিয়ে।            ‌    তুলসী গুৰিৰ মাটিও বৰ পবিএ । বিধবা তিৰোতা সকলে ৰাতিপুৱা ই  গা পা ধুই উঠি তুলসী গুৰিৰ মাটিৰে কপালত ফোট লয় । পূজা -শ্ৰাদ্ধ আদি ত দিয়া সামগ্ৰী বোৰ শুদ্ধ কৰিবলৈ ও তুলসী -গুৰিৰ মাটি দৰকাৰ। মৃত্যু সময়ত মানুহ ক তুলসী গুৰিলৈ আনিব লাগে  ।                                  ‌        অসমৰ চাহ বাগিচা ৰ বনুৱা সকলৰ মাজতো তুলসী সমাদৰ দেখা য়ায়।  বিভিন্ন দৰবৰ বাবে তুলসী প্ৰয়োজনীয় ।  উতলা চাহত তুলসী পাত চাহ খালে টনছিল ৰোগ উপশম পোৱা য়ায় ।  কাহ -কফ , হাপানী আদিত তুলসী পাতৰ ৰস উপকাৰী। আনকি সাপ খেদি বলৈ তুলসী ব্যৱহাৰ কৰা হয়।     

No comments:

Post a Comment