পৰিমিতা গোস্বামীৰ "অনুগল্প" - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

পৰিমিতা গোস্বামীৰ "অনুগল্প"

          
            মাক-দেউতাক, ভায়েক- ভনীয়েকক সদায় জঞ্জাল বুলি ভাবি অহা বিকাশৰ নকৈ সজাই লোৱা ঘৰখনত আজি প্ৰথম দীপাৱলী । পদূলি মুখৰ পৰা পিছ দুৱাৰলৈকে শাৰী শাৰী চাকিৰ পোহৰে ঘৰখন পোহৰাই তুলিছে।
          আকাশ চুওঁ চুওঁকৈ জ্বলোৱা কলগছ ডালৰ পোহৰত পো-বোৱাৰী হালৰ মুখ কেইখন জিলিকি উঠিছে । খিৰিকীৰে জুমি চাই থকা মাকজনীৰ মুখত সন্তুষ্টিৰ ভাৱ এটা প্ৰকাশ  পাইছে।
          ::হওক তেও এতিয়াহে সিহঁতৰ জীৱনলৈ আচল ৰং আহিছে ••••

No comments:

Post a Comment