পপী শইকীয়াৰ " সন্ধ্যা স্তৱক" । - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

পপী শইকীয়াৰ " সন্ধ্যা স্তৱক" ।

কিযে দেও লগা সময়
আজিও আমাক আমাৰ হ’বলৈ নিদিলে
বাটে ঘাটে জ্বলি থকা তেজাল চকুত
মৃত নদীৰ দৰে পৰি থাকে ভোকাতুৰ  অজগৰ
ভয়তকৈও অধিক উত্তেজনা,
খেদি ফুৰে আমাৰ খোজক
মাটিৰ পৰা উফৰি অহা জেঙে  বিন্ধে গোৰোহাত
মায়াৰ আঘাত লৈ গোপনে চলি ফুৰে দুভৰি।

No comments:

Post a Comment