উদয আদিত্যৰ কবিতা "মোৰ জীৱন পৰিক্ৰমা" - জোনাক

HEADLINES

জোনাকলৈ স্বাগতম ।

Post Top Ad

উদয আদিত্যৰ কবিতা "মোৰ জীৱন পৰিক্ৰমা"

সুখবোৰ মোৰ ভগা বেৰত ওলোমাই ৰখা
ঘড়ীটোৰ ঠিক ছেকেণ্ডৰ কাটাডাল
পলকতে পূৰ্ণ হয় আৰু
ৰৈ থাকে বিষাদবোৰ আৰম্ভ হ'বলৈ
জীৱনত বিষাদবোৰে যি ভুমুকি মাৰিলে
ছেকেণ্ড ৰ পৰা মিনিটলৈ.....
মিনিটৰ পৰা ঘন্টালৈ......
ঘন্টাৰ পৰা দিনলৈ.......
মুঠুতে বিষাদবোৰে মোৰ জীৱন প্ৰৰিক্ৰমাত
নিগাজিকৈ সাজি লৈছে পঁজাটি॥

No comments:

Post a comment