বানাক্ৰান্ত ৰাইজলৈ ভাৰতীয় সেনাৰ সহায়ৰ হাত । - জোনাক

HEADLINES

জোনাকলৈ স্বাগতম ।

Post Top Ad

বানাক্ৰান্ত ৰাইজলৈ ভাৰতীয় সেনাৰ সহায়ৰ হাত ।


ভাৰতীয় সেনায়ো সহায় আগবঢ়ালে বানাক্ৰান্ত ৰাইজলৈ । ধুবুৰীৰ হাকামা মন্মথ মধ্য ইংৰাজী বিদ্যালয়ৰ বান শিবিৰত বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়োৱাৰ লগতে আহাৰ আৰু বিশুদ্ধ খোৱা পানীৰ যোগান ধৰে ।

No comments:

Post a comment