বাংলা কথাছবি "চামচাৰা"ত গীত গালে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বৰ্ণালী কলিতাই । উক্ত কথাছবি খনত "সময়ৰ মায়াজাল" শীৰ্ষক গীতটো পৰিবেশন কৰি নথৈ আনন্দিত হয় জনপ্ৰিয় কণ্ঠশিল্পী গৰাকী । তেওঁ জুবিন গাৰ্গকে আদি কৰি গীতটোৰ লগত জড়িত থকা সকলোকে ধন্যবাদ জ্ঞাপন কৰে । দুৰন্ত কণ্ঠ প্ৰতিভাৰে সকলোৰে হৃদয় জয় কৰা বৰ্ণালী কলিতালৈ আমাৰ ফালৰপৰাও থাকিল হিয়াভৰা শুভেচ্ছা ।
Home
অসমীয়া সংবাদ
সংবাদ
সাংস্কৃতিক সংবাদ
জনপ্ৰিয় কণ্ঠশিল্পী বৰ্ণালী কলিতাৰ কণ্ঠত বাংলা গীত " সময়ৰ মায়াজাল"
জনপ্ৰিয় কণ্ঠশিল্পী বৰ্ণালী কলিতাৰ কণ্ঠত বাংলা গীত " সময়ৰ মায়াজাল"
Tags
# অসমীয়া সংবাদ
# সংবাদ
# সাংস্কৃতিক সংবাদ

About জোনাক
সাংস্কৃতিক সংবাদ
Labels:
অসমীয়া সংবাদ,
সংবাদ,
সাংস্কৃতিক সংবাদ
Subscribe to:
Post Comments (Atom)
junak
JUNAAK is an Assamese digital magazine . Junaak provide maximum services under one portal like website designing, website development, software development, graphics designing, logo design, web hosting, domains registration, ssl certificate, domain transfer, bulk email, bulk sms, digital/online marketing, seo, google adword, toll free number, iso certification, payment gateway, targeted database, company registration, tin number, service tax, digital signature, trade mark, e-tendering etc.

No comments:
Post a comment