বোকাখাতত চুৰি বাইক জব্দ । বোকাখাত যান-বাহন আৰক্ষীৰ তালাচীত উদ্ধাৰ হ’ল নগাওঁৰ পৰা চুৰি হোৱা মটৰ চাইকেল।
যানবাহন আৰক্ষীৰ তালাচীত উদ্ধাৰ হ’ল নগাওঁৰ পৰা চুৰি হোৱা মটৰ চাইকেল। যোৱা ২৫ জুলাই তাৰিখে নগাঁৱৰ লংকাৰ পৰা চুৰি হৈছিল AS02Q 3845 নম্বৰৰ এখন বাজাজ এডভেঞ্জাৰ । মটৰ চাইকেলখন চোৰে ঘৰৰ গ্ৰিল ভাঙি চুৰি কৰি আনিছিল। মটৰ চাইকেলৰ গৰাকী ইচমাইল চিদ্দিকে […]
অসমীয়া সংবাদ