" তাই মোলৈ কেইবাবাৰো কল কৰি আছিল , কিন্তু মই ৰিচিভ কৰা নাছিলোঁ । অৱশেষত হোৱাটচএপৰ ভিডিঅ' কলটো ৰিচিভ কৰিছিলো । কেৱল দহ মিনিটমানহে কথা পাতিছিলোহে তাই ............... । কিয় এনে কৰিলে নাজানোঁ । " এই ভাষ্য জাগৃতিৰ প্ৰেমিক বিজু নাথৰ । যাৰ সৈতে জাগৃতিৰ ৪ বছৰীয়া প্ৰেমৰ সম্পৰ্ক আছিল। হয় প্ৰেমিকলৈ ভিডিঅ' কল কৰি থকা অৱস্থাতে আত্মহত্যা কৰিলে উদীয়মান প্ৰতিভা সম্পন্ন কণ্ঠশিল্পী জাগৃতি দেবীয়ে । জানিব পৰা মতে প্ৰেমিক বিজু নাথৰ সৈতে জাগৃতিৰ প্ৰায়ে মনোমালিন্য হৈছিল । কাৰণ এটাই - সন্দেহ । অৰ্থাৎ জাগৃতিৰ সহশিল্পীৰ সৈতে প্ৰেমিক বিজু নাথে প্ৰায়ে সন্দেহ কৰিছিল ফলত জাগৃতিয়ে বাচি ল'লে এই চৰম সিদ্ধান্ত ।
আনহাতে জাগৃতিৰ পিতৃৰ মতে এয়া এক ষড়যন্ত্ৰ । সেয়েহে দোষীক উচিত শাস্তি দিয়াৰ দাবী জনাইছে ।
Home
অসমীয়া সংবাদ
সংবাদ
মৰিগাঁৱত এই কণ্ঠশিল্পী গৰাকীৰ প্ৰেমিকলৈ ভিডিঅ' কল কৰি থকা অৱস্থাতেই আত্মহত্যা
মৰিগাঁৱত এই কণ্ঠশিল্পী গৰাকীৰ প্ৰেমিকলৈ ভিডিঅ' কল কৰি থকা অৱস্থাতেই আত্মহত্যা
Subscribe to:
Post Comments (Atom)
junak
JUNAAK is an Assamese digital magazine . Junaak provide maximum services under one portal like website designing, website development, software development, graphics designing, logo design, web hosting, domains registration, ssl certificate, domain transfer, bulk email, bulk sms, digital/online marketing, seo, google adword, toll free number, iso certification, payment gateway, targeted database, company registration, tin number, service tax, digital signature, trade mark, e-tendering etc.

No comments:
Post a comment