প্ৰিঞ্চী হ'ল কুইন। দিল্লীৰ গুৰগাঁৱত অনুষ্ঠি়ত মিছ ইণ্ডিয়াৰ অন্তৰ্গত কুইন অফ কুইনচ সৌন্দৰ্য প্ৰতিযোগিতাত জিলিকিল অসম কণ্যা ৷ - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

প্ৰিঞ্চী হ'ল কুইন। দিল্লীৰ গুৰগাঁৱত অনুষ্ঠি়ত মিছ ইণ্ডিয়াৰ অন্তৰ্গত কুইন অফ কুইনচ সৌন্দৰ্য প্ৰতিযোগিতাত জিলিকিল অসম কণ্যা ৷


     দিল্লীৰ গুৰগাঁৱত অনুষ্ঠি়ত মিছ ইণ্ডিয়াৰ অন্তৰ্গত কুইন অফ কুইনচ সৌন্দৰ্য প্ৰতিযোগিতাত জিলিকিল অসম কণ্যা ৷ ২০ গৰাকী প্ৰতিযোগিৰ ভিতৰত টিন শাখাত শীৰ্ষস্থান লাভ কৰে প্ৰিঞ্চীয়ে ।
আৰক্ষীত কৰ্মৰত পিতৃ অজয় বৰুৱা আৰু মাতৃ পম্পী বৰুৱাৰ একমাত্ৰ কণ্যা প্ৰিঞ্চী বৰুৱাই মিছ ইণ্ডিয়াৰ অন্তৰ্গত কুইন অফ কুইনচ প্ৰতিযোগিতাৰ টিন শাখাত প্ৰথম স্থান লাভ কৰে ৷ ৰাজস্থান,মহাৰাষ্ট্ৰ,হাৰিয়াণা,দিল্লীৰ উপৰিও চীনৰ পৰা অংশ লোৱা ২০ গৰাকী  প্ৰতিযোগিৰ ভিতৰত জিলিকি উঠিল ৷ পিতৃ আৰু মাতৃৰ অনুপ্ৰেৰণাত ৰেম্পত খোজ দিয়া প্ৰিঞ্চীয়ে প্ৰতিযোগিতাখনত মাতৃয়ে ডিজাইন কৰা পাত আৰু মুগাৰ সাজৰ লগতে সৰুদৈয়া জাপি ব্যৱহাৰ কৰিছিল ট্ৰেদিচনেল ৰাউণ্ডত ৷বোকাখাতৰ খ্ৰীষ্টজ্যোতি বিদ্যালয়ৰ সপ্তমমানৰ ছাত্ৰী প্ৰিঞ্চীয়ে অসমৰ বিভিন্ন স্থানৰ সৌন্দৰ্য প্ৰতিযোগিতাতো শ্ৰেষ্ঠত্ব  লাভ কৰিছে ৷ প্ৰিঞ্চীৰ সফলতাই  বোকাখাত তথা ৰজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।
   
 পপী শইকীয়া
    বোকাখাত

No comments:

Post a Comment