যোৰহাটৰ বাইপাইছত ট্ৰাক আৰু বলেৰ’ৰ মাজত মুখামুখি সংঘৰ্ষ । নিহত ৩ । - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

যোৰহাটৰ বাইপাইছত ট্ৰাক আৰু বলেৰ’ৰ মাজত মুখামুখি সংঘৰ্ষ । নিহত ৩ ।

     
     যোৰহাটৰ বাইপাইছত ট্ৰাক আৰু বলেৰ’ৰ মাজত হোৱা সংঘৰ্ষত নিহত হয় এজন লোক আৰু দুগৰাকী মহিলা , সৰ্বমুঠ তিনিজন ।তেওঁলোক হ'ল ক্ৰমে ৰবীন্দ্ৰ শ্বাহ, উৰ্মিলা শ্বাহ আৰু প্ৰভাৱতী দেৱী। পুৱতিনিশা ভোগদৈ দলঙৰ সমীপত সংঘটিত হয় উক্ত ঘটনাটো । আনহাতে আহত তিনিজনৰ অৱস্থা সংকটজনক ।উল্লেখযোগ্য যে  বলেৰ’খনৰ যোগেদি কইনা চাবলৈ মৰাণলৈ যোৱা অৱস্থাত সংঘটিত হয় উক্ত ঘটনাটো ।

বিকি , যোৰহাট 

No comments:

Post a Comment