আনাৰুদ জামানৰ কবিতা "তোমালৈ মনত পৰিলে" - জোনাক

HEADLINES

জোনাকলৈ স্বাগতম ।

Post Top Ad

আনাৰুদ জামানৰ কবিতা "তোমালৈ মনত পৰিলে"

আগুৱাই যাওঁ তোমাৰ খোজত
চক খাই ঘুৰি আহোঁ
কিজানিবা তুমি ......!
চাদৰ ওপৰত উঠি জাপ মাৰো
বুঢ়া আঙুলিৰ তলত ,
কোচ খায় চৰাই জনী
আ: কৈ চিঞৰি চকু দুটা
মুদি দিয়ে ।
তাৰ গালৰ পৰা
বিৰিঙি আহে মোৰ তেজ
কিয় নাহিব...?
মইতো আৰু চৰাই নহওঁ
ঝক ঝক ঝক ৰে'ল
পুনৰ পাঁচ টকাৰ বাস্তৱতা ।

           আনাৰুদ জামান সেখ
                     

No comments:

Post a comment