ডাক্তৰ অজিত দলৈ আৰু নিলিমা ফুকনক শাস্তিমুলক বদলিৰ লগতে দন্ত চিকিৎসক উদীপ্ত প্ৰাণ দাসক চাকৰিৰ পৰা বৰ্খাস্ত কৰে ৷আজি দিনৰ ১১ মান বজাত হৰ্ঠাৎ বোকাখাত ছহিদ কমলামিৰি অসামৰিক চিকিৎসালয়ত উপস্থিত হোৱাৰ লগে লগে এক হাহাকাৰ পৰিস্থিতি সৃষ্টি হয়।কৰ্তব্যত উপস্হিত নথকা চিকিৎসকৰ ফোন নম্বৰ সংগ্ৰহ কৰি ফোনেৰে হিন্দী " বোলচবি "নায়ক"ৰ অভিনেতা অনিল কাপুৰৰ দৰে চিকিৎসকক বৰ্খাস্ত কৰে।
চিকিৎসক সকলক ব্ৰেণ্ডেত ঔষধৰ পৰিৱৰ্তে চিকিৎসালয়ত মজুত থকা ঔষধ লিখিবলৈ নিৰ্দেশ দিয়ে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ৷
পপী শইকীয়া
বোকাখাত
বোকাখাত
No comments:
Post a comment