বুলবুলি নাথৰ কবিতা " মোৰ প্ৰশ্ন " - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

বুলবুলি নাথৰ কবিতা " মোৰ প্ৰশ্ন "

কাগজক সুধিলো
         কলমৰ দাম
    কাগজে উত্তৰ দিলে
এটোপাল তেজৰ সমান
  যি টোপাল তেজেৰে    কাগজৰ উদং বুকুৰ   মাজত -
   ৰাঙলী কৰি সুগন্ধি বিলায়;
  দাপোনক সুধিলো
    মানৱতাৰ দাম
      দাপোনে উত্তৰ দিলে
   ৰৱ সিদিনালৈ নাম
   যিদিনা থাকিৱ সমাজত
  সুখ্যাতিৰ নাম ।
   
 ✍বুলবুলি নাথ।
     ওদালগুৰি

No comments:

Post a Comment