আজি উমৰ খায়ামৰ ৯৭১ বছৰীয়া জন্মদিন । - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

আজি উমৰ খায়ামৰ ৯৭১ বছৰীয়া জন্মদিন ।

     
বিখ্যাত পাৰ্চিয়ান গণিতজ্ঞ উমৰ খায়ামৰ আজি ৯৭১ বছৰীয়া জন্মদিন । তেওঁৰ জন্ম ১০৪৮ শতিকাৰ ১৮ মেত ইৰাণৰ উত্তৰ- পূৰ্বাঞ্চলৰ নিচাপুৰত হৈছিল ।
গণিতজ্ঞ হিচাপে তেওঁ কিউবিক সমীৰণৰ সমাধান আৰু শ্ৰেণী বিভাজনৰ ওপৰত কাম কৰিছিল । গণিতজ্ঞ হোৱাৰ উপৰিও তেওঁ এজন কবি-সাহিত্যিকো আছিল ।
অঞ্জন সন্দিকৈ

No comments:

Post a Comment