জাহ্নৱী যদি দেশদ্ৰোহী হয় তেনেহ'লে উচিত শাস্তি পাব লাগে : স্বামী ড. অমৃত শইকীয়া - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

জাহ্নৱী যদি দেশদ্ৰোহী হয় তেনেহ'লে উচিত শাস্তি পাব লাগে : স্বামী ড. অমৃত শইকীয়া

   
জুৰোডত সংঘটিত হোৱা গ্ৰেনেড বিস্ফোৰণৰ লগত জডিত জাহ্নৱী শইকীয়াৰ নিজৰ পতিৰ স'তে ১১ বছৰ ধৰি নাই কোনো শাৰীৰিক বা মানসিক সম্পৰ্ক । অৰ্থাৎ আজিৰ পৰা ১১ বছৰ আগতেই তেওঁ নিজৰ পতি ড . অমৃত শইকীয়াক এৰি আহিছিল আৰু গুৱাহাটীত অকলশৰীয়াকৈ থাকিছিল । সাংবাদিকৰ আগত এনেদৰে কয় পতি ড. অমৃত শইকীয়াই  । লগতে আৰু কয় যে জাহ্নৱী যদি দেশদ্ৰোহী হয় তেনেহ'লে উচিত শাস্তি পাব লাগে ।

অঞ্জন সন্দিকৈ

No comments:

Post a Comment