ৰাজাবাৰীত মালবাহী গাড়ীয়ে মহতিয়ালে পথৰ কাষৰ দোকান । এজনৰ মৃত্যু - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

ৰাজাবাৰীত মালবাহী গাড়ীয়ে মহতিয়ালে পথৰ কাষৰ দোকান । এজনৰ মৃত্যু

ৰাজাবাৰী
২৭ মে

এটা মৰ্মান্তিক তথা হৃদয়বিদাৰক ঘটনা , মালবাহী গাড়ীয়ে মহতিয়াই চূৰমাৰ কৰে পথৰ কাষৰ দোকান । এজন যুৱকৰ ঠাইতে মৃত্যু হয় । তীব্ৰ বেগত চলি থকা বাহনখনৰ চালকজনে ভাৰসাম্য ৰক্ষা কৰিব  নোৱাৰাৰ ফলত উক্ত ঘটনাটো সংঘটিত হয় ।
অঞ্জন সন্দিকৈ

No comments:

Post a Comment