প্ৰথম বাৰৰ বাবে নিৰ্বাচন খেলিয়েই পৰাজয় হ'ল ৰংগিলা গাৰ্ল উৰ্মিলা - জোনাক

HEADLINES

জোনাকলৈ স্বাগতম ।

Post Top Ad

প্ৰথম বাৰৰ বাবে নিৰ্বাচন খেলিয়েই পৰাজয় হ'ল ৰংগিলা গাৰ্ল উৰ্মিলা

এফালে যেনেকৈ বিজেপি দলৰপৰা প্ৰথম বাৰৰ বাবে নিৰ্বাচন খেলিয়েই বিপুল ভোটত জয় হ'ল বলিউডৰ অভিনেতা চানি দেওল আনফালে কংগ্ৰেছ দলৰপৰা প্ৰতিদ্বন্দিতা কৰি পৰাজয় বৰণ কৰে ৰংগিলা গাৰ্ল উৰ্মিলাই । ইয়াৰ উপৰিয়ো জয়া প্ৰদা, প্ৰকাশ ৰাজ আদি বিয়াগোম নেতায়ো পৰাজয় স্বীকাৰ কৰিবলৈ বাধ্য হয় । ক্ৰিকেটাৰ ৰাজ্যবৰ্ধন, গৌতম গম্ভীৰ আলিয়েও বিশাল ভোটত জয় লাভ কৰে ।  

No comments:

Post a comment