বেটুপাতৰ মডেল ময়ুৰী এগৰাকী কলাসুলভ তথা অভিনয় ভালপোৱা ছোৱালী । এগৰাকী সফল অভিনেত্ৰী হোৱাৰ দুৰ্বাৰ হেঁপাহ আছে তেওঁৰ। উল্লেখযোগ্য যে কাৰ্বি আংলং ডিফুৰ জীয়ৰী ময়ুৰীয়ে জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণীৰ সৈতে ইতিমধ্যে এটি মিউজিক ভিডিঅ'ত দক্ষতাৰে অভিনয় কৰিছে । অভিনয়ৰ উপৰিয়ো খেলা-ধুলা কৰি ভালপোৱা ময়ুৰীয়ে অসহায় লোকক সহায় আৰু সুশ্ৰষা কৰি ভালপায় । ময়ুৰীয়ে টিকটকৰ যোগেদি ভিডিঅ' বনায়ো নবপ্ৰজন্মৰ মাজত যথেষ্ট সমাদৰ লাভ কৰা দেখা গৈছে । কেৱল সিমানেই নহয় ময়ুৰী এগৰাকী সহজ-সৰল , কৰ্তব্যপৰায়ণ, স্বাবলম্বী তথা সাহসী ছোৱালী ।
Home
অসমীয়া সংবাদ
বেটুপাতৰ শিল্পী
সংবাদ শিৰোনাম
সাংস্কৃতিক সংবাদ
উদীয়মান তথা প্ৰতিভাৱান আৰু প্ৰতিশ্ৰুতিসম্পন্ন অভিনেত্ৰী ময়ুৰী
উদীয়মান তথা প্ৰতিভাৱান আৰু প্ৰতিশ্ৰুতিসম্পন্ন অভিনেত্ৰী ময়ুৰী
Tags
# অসমীয়া সংবাদ
# বেটুপাতৰ শিল্পী
# সংবাদ শিৰোনাম
# সাংস্কৃতিক সংবাদ

About জোনাক
সাংস্কৃতিক সংবাদ
Labels:
অসমীয়া সংবাদ,
বেটুপাতৰ শিল্পী,
সংবাদ শিৰোনাম,
সাংস্কৃতিক সংবাদ
Subscribe to:
Post Comments (Atom)
junak
JUNAAK is an Assamese digital magazine . Junaak provide maximum services under one portal like website designing, website development, software development, graphics designing, logo design, web hosting, domains registration, ssl certificate, domain transfer, bulk email, bulk sms, digital/online marketing, seo, google adword, toll free number, iso certification, payment gateway, targeted database, company registration, tin number, service tax, digital signature, trade mark, e-tendering etc.

No comments:
Post a comment