কভাৰ গাৰ্লৰ স্বৰচিত কবিতা ২ - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

কভাৰ গাৰ্লৰ স্বৰচিত কবিতা ২


তুমি সঁচাই নিষ্ঠুৰ
‌‌শেৱালিৰ সুবাসত
সংগোপনে সোমাই
আহিছিলা মোৰ পদুলিত...
চৌদিশে আমোলমোল হল,
       তোমাৰ মিছা হাহিঁৰে সহজেই অধিকাৰ
      কৰি ললা,
  বুকুত আছিল বহুত সপোন...
কিন্তূ বৰ্ষা মেঘৰ কলীয়া ডাৱৰ হৈ বহু দূৰলৈ আতঁৰি
গলা কিয়???
তুমি সঁচাকৈ নি‌ষ্ঠুৰ....
      নিশাৰ আকাশত লক্ষ লক্ষ তৰাৰে ভৰা জোনাক নিশা,
নিৰিবিলি আবেলি ধৰাৰ বুকুত,
কান্দি উঠে মোৰ মন...
এতিয়া মোৰ এই পদুলিত...
বিষাদৰ বিষাক্ত জুই হৈ জ্বলি আছে...
এদিন মিছা হাঁহি মুখত লৈ
শেৱালি হৈ ফুলি আছিলা
মোৰ বুকুত...
কিন্তূ এতিয়া বিষাক্ত জুই হৈ জ্বলি আছা মোৰ বুকুত.....।
পৰীস্মৃতা

No comments:

Post a Comment