উদীয়মান তথা প্ৰতিভাৱান আৰু প্ৰতিশ্ৰুতিসম্পন্ন অভিনেত্ৰী ময়ুৰী

0 00 1 min 5 yrs 198

বেটুপাতৰ মডেল ময়ুৰী এগৰাকী কলাসুলভ তথা অভিনয় ভালপোৱা ছোৱালী । এগৰাকী সফল অভিনেত্ৰী হোৱাৰ দুৰ্বাৰ হেঁপাহ আছে তেওঁৰ। উল্লেখযোগ্য যে কাৰ্বি আংলং ডিফুৰ জীয়ৰী ময়ুৰীয়ে জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণীৰ সৈতে ইতিমধ্যে এটি মিউজিক ভিডিঅ’ত দক্ষতাৰে অভিনয় কৰিছে । অভিনয়ৰ উপৰিয়ো খেলা-ধুলা কৰি ভালপোৱা ময়ুৰীয়ে অসহায় […]

অসমীয়া সংবাদ বেটুপাতৰ শিল্পী সংবাদ শিৰোনাম সাংস্কৃতিক সংবাদ