মায়া মণি দেৱীৰ কবিতা: মেঘ - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

মায়া মণি দেৱীৰ কবিতা: মেঘ

ভীৰ অৰণ্যতো
বিচ্ছুৰিত বৰ্ণালীৰ
সেউজ এন্ধাৰৰ সৈতে
মধুৰ আলিংগণ
তথাপিও আজি কিয়
নিৰস মন ?
অ মেঘ
শিমলুবুলীয়া আকাশত
গৰজি থকাতকৈ
আহচোন নামি
এজাক বৰষুণ হৈ ,
তই জানো দেখা নাই
জুয়ে পোৰা দুচকুৰ তলৰ
চিৰাল ফটা
মোৰ দুটি ও়ঁঠ।

No comments:

Post a Comment