তোমাৰ নামত এটি আধৰুৱা কবিতা - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

তোমাৰ নামত এটি আধৰুৱা কবিতা


   


          মুকলি আকাশখন যেতিয়া


ডাৱৰে আৱৰি ধৰিব ,

তোমাৰ সুখৰ সাগৰত যেতিয়া

দুখৰ ঢৌ উঠিব ;

সুখবোৰ জোৱাৰ-ভাটাৰ মাজত

হেৰাই যাব যেতিয়া ,

আৰু তোমাৰ চৌদিশে নিসংগতা

মোলৈ মনত পৰিবনে তেতিয়া ???

নিশ্চয় পৰিব

তেতিয়া তোমাৰ নিসংগতা

দূৰ কৰিবলৈ পালে


বৰ সুখী হ'ম মই ।

No comments:

Post a Comment