চীনত মহিলা ৰবটে পৰিবেশন কৰিব বাতৰি । - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

চীনত মহিলা ৰবটে পৰিবেশন কৰিব বাতৰি ।

হয় চীনত মহিলা ৰবটে পৰিবেশন কৰিব বাতৰি । অত্যাধুনিক কাৰিকৰী কৌশল তথা প্ৰযুক্তিৰ জৰিয়তে নিৰ্মাণ কৰা হৈছে এই ইলেকট্ৰনিক ৰবট  যাৰবাবে ই এগৰাকী জীৱিত মহিলা এংকৰৰ দৰেই পৰিবেশন কৰিব বাতৰি ।  

No comments:

Post a Comment