ডিব্ৰুগড়ত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়, উক্ত ঘটনাত ৩ জন ঠাইতে নিহত আৰু ২ জন AMCH ত চিকিৎসাধীন - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

ডিব্ৰুগড়ত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়, উক্ত ঘটনাত ৩ জন ঠাইতে নিহত আৰু ২ জন AMCH ত চিকিৎসাধীন

ডিব্ৰুগড়ৰ ৰাজপথত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা । উক্ত ঘটনাত ৩ জন ঠাইতে নিহত আৰু ২ জন AMCH ত চিকিৎসাধীন আৰু এজন সংকটজনক অৱস্থাত আছে।
ভাওনা এখনৰ ৰূপসজ্জাৰ কাম কৰি ঘৰলৈ উভতাৰ সময়ত সংঘটিত হয় ঘটনাটো ।
দেবজীত

No comments:

Post a Comment