কেৰেলাৰ ৰাজপথত মহাশিৱৰাত্ৰি উপলক্ষে বৃহৎ আকাৰৰ শিৱৰ নৃত্য । - জোনাক

HEADLINES

জোনাকলৈ স্বাগতম ।

Post Top Ad

কেৰেলাৰ ৰাজপথত মহাশিৱৰাত্ৰি উপলক্ষে বৃহৎ আকাৰৰ শিৱৰ নৃত্য ।

কেৰেলাৰ ৰাজপথত মহাশিৱৰাত্ৰি উপলক্ষে বৃহৎ আকাৰৰ ইলেকট্ৰনিক শিৱৰ নৃত্য । অত্যাধুনিক কাৰিকৰী কৌশল তথা প্ৰযুক্তিৰ জৰিয়তে নিৰ্মাণ কৰা হৈছে এই ইলেকট্ৰনিক মহাদেৱক । মহাশিৱৰাত্ৰি উপলক্ষে হোৱা শোভাযাত্ৰাত ইলেকট্ৰনিক মহাদেৱৰ নৃত্যই মন মোহিছে উপস্থিত ৰাইজৰ ।
সমীৰণ বৰুৱা

No comments:

Post a comment