অসম আৰু বাংলাদেশৰ সীমান্তত হ'ব স্মাৰ্ট ফেণ্সিং - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

অসম আৰু বাংলাদেশৰ সীমান্তত হ'ব স্মাৰ্ট ফেণ্সিং

এতিয়াৰপৰা অতি সহজে সীমা অতিক্ৰম কৰি অসমত প্ৰবেশ কৰিব নোৱাৰিব বাংলাদেশী কিয়নো অসম আৰু বাংলাদেশৰ সীমান্তত হ'ব স্মাৰ্ট ফেণ্সিং । উল্লেখযোগ্য যে যদিহে কোনোৱে এই ফেন্সিং অতিক্ৰম কৰিব খোজে তেতিয়া লগে লগে বাজি উঠিব চাইৰেন আৰু লগতে উঠিব তেখেতৰ ফটৌ । জানিব পৰা মতে কাইলৈৰপৰা আৰম্ভ হ'ব স্মাৰ্ট ফেন্সিংৰ কাম ।

অঞ্জন সন্দিকৈ

No comments:

Post a Comment