৩ টা পৰ্যায়ত অনুষ্ঠিত হ'ব অসমৰ ১৪টা লোকসভা সমষ্টিৰ নিৰ্বাচন - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

৩ টা পৰ্যায়ত অনুষ্ঠিত হ'ব অসমৰ ১৪টা লোকসভা সমষ্টিৰ নিৰ্বাচন

সমৰ ১৪টা লোকসভা সমষ্টিৰ নিৰ্বাচন ৩টা পৰ্যায়ত অনুষ্ঠিত হ'ব।
 প্ৰথম পৰ্যায়ঃ ১১ এপ্ৰিল, ২০১৯। ৫টা সমষ্টি।
 দ্বিতীয় পৰ্যায়ঃ ১৮ এপ্রিল, ২০১৯। ৫টা সমষ্টি।
তৃতীয় পৰ্যায়ঃ ২৩ এপ্রিল, ২০১৯। ৪টা সমষ্টি।
ভোটগণনা অনুষ্ঠিত হ'ব ২৩ মে', ২০১৯ তাৰিখে।

No comments:

Post a Comment