প্ৰাঞ্জল শংকৰৰ এক মিনিটৰ গল্প - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

প্ৰাঞ্জল শংকৰৰ এক মিনিটৰ গল্প

তাইক বাছষ্টেণ্ডত সদায় ৰৈ থকা দেখো
কেতিয়াবা ভাবো তাইৰ সৈতে চিনাকি হৈ
মোৰ লগত বাইকতে তাইক থৈ আহিম  ঘৰৰ পদূলিমুখত
সচাঁকৈ ভবা কথাবোৰ যদি
হ'লহেতেন
তাইৰ লগত চিনাকি হ'বলৈও বা তাইক মাত এষাৰ দিবলৈও কিবা আচহুৱা যেন অনুভৱ হয় কিয় জানো
এনে লাগে যেন
তাই নজনাকে  তাইক ভালপাই পেলাইছিলো
মাতো বুলিও মাতিব নোৱাৰো
কাষলৈ যাও বুলিও যাব নোৱাৰো
তাকে ভাবিছো এনেকৈয়ে আৰু  কিমান দিন আতৰি আতৰি তোমাৰ কথা ভাবি থাকিম ।।।।।
গতিকে সেইদিনা  মনটো ডাঠ কৰি তাইক লগ কৰিম বুলিয়ে সেই বাছ ষ্টেণ্ড পালোগৈ
কিন্তু সদায় ৰৈ থকাৰ দৰে সেইদিনা তাই তাত নাই
বহুদিন অপেক্ষা কৰিলো তথাপিও তাইক আৰু সেই ঠাইত দেখা নোপোৱা হ'লো
কেইদিন মান পাছত
ফ্লাই অভাৰত তাইক লগ পাই
মাতি মনৰ কথাবোৰ কৈয়ে পেলালো
কিন্তু তেতিয়ালৈ মোৰ বহু পলম হৈছিল তাইক কথাবোৰ
কাৰণ তাই আৰু বেছি নাথাকিব....
নিষ্ঠুৰ নিয়তিক কোনে বাধা দিব পাৰে ।।।।।।।।
✍✍✍প্ৰাঞ্জল শংকৰ

No comments:

Post a Comment