ৰিতুপন দত্তৰ কবিতা: ভালপোৱা - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

ৰিতুপন দত্তৰ কবিতা: ভালপোৱা

তুমি বৰষা মোৰ বুকুলৈ
মই বৰষো তোমাৰ বুকুলৈ
শাওনৰ প্ৰথমজাক বৰষুণ হৈ

সাগৰৰ দৰে বাঢ়িছে
আমাৰ ভালপোৱা
হৃদয়ত বাঢ়িছে মেঘমল্লা
আকাশত জিলিকে
এটা দুটা অজস্ব তৰা…

No comments:

Post a Comment