পদ্মশ্ৰী সন্মান ঘূৰাই দিব অবিৰাম শ্যাম শৰ্মাই । - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

পদ্মশ্ৰী সন্মান ঘূৰাই দিব অবিৰাম শ্যাম শৰ্মাই ।

জনপ্ৰিয় চলচিত্ৰ নিৰ্মাতা তথা পৰিচালক অবিৰাম শ্যাম শৰ্মাই "পদ্মশ্ৰী " সন্মান ঘূৰাই দিয়াৰ সিদ্ধান্ত লয় । ইয়াৰ মূলতে হৈছে নাগৰিকত্ব সংশোধনী বিল অৰ্থাৎ উক্ত বিলখনৰ বিৰোধিতাকৰি তেওঁ এই সিদ্ধান্ত লয় । ২০০৬  চনত তেওঁ এই সন্মান লাভ কৰিছিল ।
অঞ্জন সন্দিকৈ

No comments:

Post a Comment