অপ্ৰিয় কুমাৰ বৰাৰ কবিতা " বেশ্যা " - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

অপ্ৰিয় কুমাৰ বৰাৰ কবিতা " বেশ্যা "

কিমান টকাত বিক্ৰী হয়
ৰাজপথৰ কাষৰ বেশ্যা
গৰাকীৰ কেঁচা মাংস ।
যিমান টকা বিক্ৰী কৰা হয়
পুৰুষজনৰ বিশ্বাস ঘৰখনৰ প্ৰতি,
যিমান টকাত বিক্ৰী হয় বিবাহিত
পুৰুষজনৰ প্ৰতি সন্তানৰ
মৰম,আকুলতা ।
সিমান টকাতে বিক্ৰী হয়
সমাজৰ অভিজাত্যত কুলশতা
সনা ৰাজপথৰ দাঁতিৰ গাৰ
কেচাঁ মাংসৰ ব্যৱসায়ী গৰাকী ।

                                  ✍️অপ্ৰিম কুমাৰ বৰা
                                  গুৱাহাটী বিশ্ববিদ্যালয়

No comments:

Post a Comment