হাৰিয়ানাৰ দৰিদ্ৰ পৰিয়ালৰ সন্তান চলমান আলিয়ে লাভ কৰিলে ইণ্ডিয়ান আইডল খিতাপ - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

হাৰিয়ানাৰ দৰিদ্ৰ পৰিয়ালৰ সন্তান চলমান আলিয়ে লাভ কৰিলে ইণ্ডিয়ান আইডল খিতাপ

হাৰিয়ানাৰ দৰিদ্ৰ পৰিয়ালৰ সন্তান চলমান আলিয়ে লাভ কৰিলে ইণ্ডিয়ান আইডল
প্ৰতিভা থাকিলে যে আগুৱাই যোৱাত কোনেও বাধা দিব নোৱাৰে এই কথা প্ৰমাণ কৰি দেখুৱালে হাৰিয়ানাৰ দৰিদ্ৰ পৰিয়ালৰ সন্তান চলমান আলিয়ে । ঘৰখনৰ সমস্ত দায়িত্ব অকলে চম্ভালি থকা চলমান আলিয়ে তেওঁৰ প্ৰতিদ্বন্দীসকলক চেৰ পেলাই লাভ কৰে ইণ্ডিয়ান আইডল খিতাপ ।আন প্ৰতিদ্বন্দী সকল হ'ল ক্ৰমান্বয়ে নিলাঞ্জনা ৰেই, আঃকুছ ভৰদ্বাজ , নিতিন কুমাৰ আৰু বিভৌৰ পৰাশৰ ।
আনহাতে প্ৰথম ৰাণাৰ্চ আপ আৰু দ্বিতীয় ৰাণাৰ্চ আপ হয় ক্ৰমান্বয়ে আংকুছ ভৰদ্বাজ আৰু নিলাঞ্জনা ৰেই । সকলো ৰে উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিলো ।
অনিতা গগৈ

No comments:

Post a Comment